মোৰ ভূমিকা :

অসম চৰকাৰ মাধ্যমিক শিক্ষা

আত্মৰক্ষা আৰু যোগ প্ৰশিক্ষণ

  • আত্মৰক্ষাৰ প্ৰশিক্ষণ সমগ্ৰ ৰাজ্যৰ ৪২৮৫খন বিদ্যালয়ৰ নৱম আৰু দশম শ্ৰেণীৰ ৮.৫০ লাখ ছোৱালীলৈ এই সময়লৈকে প্ৰদান কৰা হৈছে।

    কৃতিত্ব:সমগ্ৰ ৰাজ্যৰ ২৭খন জিলাত তিনিমহীয়া আত্মৰক্ষা আৰু যোগ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে।