মোৰ ভূমিকা :

অসম চৰকাৰ মাধ্যমিক শিক্ষা

চুক্তিমূলক শিক্ষক

  • চুক্তিমূলক শিক্ষকৰ নিয়োগ:

    চৰকাৰে ২০১০ চনতেই মাধ্যমিক শিক্ষাৰ মানদণ্ড উন্নত কৰাৰ বাবে আৰু চুক্তিমূলকভাৱে তিনিজনকৈ অতিৰিক্ত শিক্ষক, চৰকাৰী, প্ৰাদেশিকীকৃত আৰু মাদ্ৰাছাসমূহত, মূল কেইটামান বিষয়- ইংৰাজী, সমাজ অধ্যয়ন, গণিত আৰু সাধাৰণ বিজ্ঞানৰ বাবে নিযুক্তিৰ ব্যৱস্থা কৰিছিল। চুক্তিমূলক শিক্ষকসমূহক বিদ্যালয়ৰ ব্যৱস্থাপনা বা কাৰ্যনিৰ্বাহক কমিটীয়ে চৰকাৰী বিজ্ঞপ্তিত PMA(S)৩২/২০১০/২০ তাৰিখ ১০/৬/২০১০ অনুসাৰে নিযুক্তি দিয়ে। বৰ্তমান প্ৰায় ৬০০০ চুক্তিমূলক শিক্ষকে চৰকাৰী, প্ৰাদেশিকীকৃত বিদ্যালয় আৰু বিভিন্ন মাদ্ৰাছাসমূহত শিক্ষকতা কৰি আছে।