মোৰ ভূমিকা :

অসম চৰকাৰ মাধ্যমিক শিক্ষা

বিভিন্ন জলপানি আঁচনিসমূহ

মুখ্যমন্ত্ৰীৰ "অসম বিকাশ যোজনা আঁচনিৰ" অধীনত দৰিদ্ৰ সীমা ৰেখাৰ তলৰ যোগ্য ছাত্ৰ-ছাত্ৰীলৈ প্ৰি-মেট্ৰিক আৰু পোষ্ট- মেট্ৰিক জলপানি

এই আঁচনিৰ অধীনত নৱম আৰু দশম শ্ৰেণীত অধ্যয়নৰত (প্ৰি-মেট্ৰিক) আৰু একাদশ আৰু দ্বাদশ শ্ৰেণীত অধ্যয়নৰত দৰিদ্ৰ সীমা ৰেখাৰ তলৰযোগ্য ছাত্ৰ-ছাত্ৰীলৈ ক্ৰমে ৩০০ টকা আৰু ৩৫০ টকা জলপানি দিয়া হয়। ২০১৫-১৬ চনৰ পৰা জলপানিৰ পৰিমাণ বঢ়াই ক্ৰমে ৪০০ টকা আৰু ৫০০ টকা কৰা হয়।

যোৱা ৪ বছৰৰ দৰিদ্ৰ সীমা ৰেখাৰ তলৰ জলপানিৰ প্ৰতিবেদন তলত দিয়া হল:

দৰিদ্ৰ সীমা ৰেখাৰ তলৰ জলপানি

 

ক্ৰমিক নং

বৰ্ষ

অনুমোদিত ধনৰাশি

 

হিতাধীকাৰীৰ সংখ্যা

 

২০১১-১২

১,১৯,৯৯,৪০০ কোটি টকা

৫,৩৭০

২০১২-১৩

৫৮,৬২,০০০ লাখ টকা

২,৯২৮

 

 

২০১৩-১৪

৫৬,৩৮,৮০০ লাখ টকা

২,৮২৫

 

২০১৪-১৫

৪৯,৯৯,৮০০ লাখ টকা

১,৩২৩

 

২০১৫-১৬

৪৮,০০,০০০ লাখ টকা

৯৪৮

 

কনিষ্ঠ মহাবিদ্যালয় জলপানি

এই আঁচনিৰ অধীনত কনিষ্ঠ মহাবিদ্যালয়ত অধ্যয়নৰত একাদশ আৰু দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীলৈ যি ৫৫ শতাংশৰ পৰা ৫৯ শতাংশ পাবলৈ সক্ষম হয়, তেওঁলোকলৈ ৩০০ টকা আৰু ৬০ শতাংশ পাবলৈ সক্ষম হোৱা সকলক ৩৫০ টকাকৈ জলপানি দিয়া হয় প্ৰতি মাহে।

যোৱা ৪ বছৰৰ কনিষ্ঠ মহাবিদ্যালয়ৰ জলপানিৰ প্ৰতিবেদন তলত দিয়া হল:

দৰিদ্ৰ সীমা ৰেখাৰ তলৰ জলপানি

 

ক্ৰমিক নং

 

বৰ্ষ

অনুমোদিত ধনৰাশি

হিতাধীকাৰীৰ সংখ্যা

 

২০১১-১২

১৫,৬১,০০০ লাখ টকা

১১৬

২০১২-১৩

৩,০৩,০০০ লাখ টকা

৮৮

 

 

২০১৩-১৪

৭,৫৩,৬০০ লাখ টকা

২২৫

 

২০১৪-১৫

৯,৯৮,৪০০ লাখ টকা

২৫৬

 

২০১৫-১৬

৯,২২,৮০০ লাখ টকা

১৭২

 

শাৰিৰীক ক্ষেত্ৰত বিশেষভাৱে সক্ষম জলপানি

এই আঁচনিৰ অধীনত, শাৰিৰীক ক্ষেত্ৰত বিশেষভাৱে সক্ষম, একাদশ-দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীলৈ প্ৰতি মাহে ৩০০ টকা আৰু একাদশ-দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীলৈ প্ৰতি মাহে ৩৫০ টকাকৈ আগবঢ়োৱা হয়।

যোৱা ৪ বছৰৰ শাৰিৰীক ক্ষেত্ৰত বিশেষভাৱে সক্ষম জলপানিৰ প্ৰতিবেদন তলত দিয়া হল:

শাৰিৰীক ক্ষেত্ৰত বিশেষভাৱে সক্ষম জলপানি

 

ক্ৰমিক নং

 

বৰ্ষ

অনুমোদিত ধনৰাশি

হিতাধীকাৰীৰ সংখ্যা

 

২০১১-১২

৫,২১,০০০ লাখ টকা

২০৬

২০১২-১৩

৩,০৩,৬০০ লাখ টকা

১১৮

 

 

২০১৩-১৪

৫,৮৮,০০০ লাখ টকা

২২৩

 

২০১৪-১৫

৯,৯৯,৬০০ লাখ টকা

২৭১

 

২০১৫-১৬

৯,৯৮,৪০০ লাখ টকা

১৯৮

 

সৈনিক বিদ্যালয় গোৱালপাৰা, অসমৰ নিবেশ ছাত্ৰলৈ বছৰি ৩০,০০০ টকাকৈ জলপানি

সৈনিক বিদ্যালয় গোৱালপাৰাত অধ্যয়নৰত, অসমৰ সকলো সামৰিক নিবেশলৈ, প্ৰতি বছৰে ৩০,০০০ টকাকৈ বৃত্তি/জলপানি প্ৰদান কৰা হয়।

যোৱা ৪ বছৰৰ, সৈনিক বিদ্যালয় গোৱালপাৰাত অধ্যয়নৰত নিবেশ ছাত্ৰৰ বৃত্তিৰ প্ৰতিবেদন তলত দিয়া হল:

সৈনিক বিদ্যালয় গোৱালপাৰা

 

ক্ৰমিক নং

 

বৰ্ষ

অনুমোদিত ধনৰাশি

হিতাধীকাৰীৰ সংখ্যা

 

২০১১-১২

১,০১,৪০,০০০ কোটি টকা

৩০১

২০১২-১৩

১,০৪,১০,০০০ কোটি টকা

৩৪৭

 

 

২০১৩-১৪

১,০৭,৭০,০০০ কোটি টকা

৩৫৯

 

২০১৪-১৫

১,১২,৫০,০০০ কোটি টকা

৩৫৭

 

২০১৫-১৬

১,১৫,২০,০০০ কোটি টকা

৩৮৪

ৰাষ্ট্ৰীয় ভাৰতীয় সামৰিক মহাবিদ্যালয়, ডেৰাডুনত অধ্যয়নৰত, অসমৰ ছাত্ৰলৈ প্ৰতি বছৰে ৩০,০০০টকাকৈ জলপানি

অসমৰ প্ৰতিজন শিক্ষাৰ্থী যি ৰাষ্ট্ৰীয় ভাৰতীয় সামৰিক মহাবিদ্যালয়, ডেৰাডুনত অধ্যয়নৰত, প্ৰতি বছৰে ৩০,০০০ টকাকৈ বৃত্তিৰে পুৰস্কৃত কৰা হয়।

যোৱা ৪ বছৰৰ, ৰাষ্ট্ৰীয় ভাৰতীয় সামৰিক মহাবিদ্যালয়, ডেৰাডুনত অধ্যয়ন কৰি থকা, অসমৰ ছাত্ৰলৈ আগবঢ়োৱা জলপানিৰ প্ৰতিবেদন তলত দিয়া হল:

ৰাষ্ট্ৰীয় ভাৰতীয় সামৰিক মহাবিদ্যালয় জলপানি

 

ক্ৰমিক নং

 

বৰ্ষ

অনুমোদিত ধনৰাশি

হিতাধীকাৰীৰ সংখ্যা

 

২০১১-১২

২,৫৫,০০০ লাখ টকা

২০১২-১৩

২,৪০,০০০ লাখ টকা

 

 

২০১৩-১৪

১,৮০,০০০ লাখ টকা

 

২০১৪-১৫

১,৬৫,০০০ লাখ টকা

 

২০১৫-১৬

১,৩৫,০০০ লাখ টকা

লিংগ ভিত্তিক বাজেটৰ অধীনত একাদশৰ পৰা দ্বাদশ শ্ৰেণীৰ ছোৱালী শিক্ষাৰ্থীলৈ জলপানি:

এই আঁচনিৰ অধীনত একাদশ-দ্বাদশ শ্ৰেণীত অধ্যয়নৰত অনুসূচীত জাতি/অনুসূচীত জনজাতি ছোৱালী শিক্ষাৰ্থীলৈ প্ৰতি মাহে ৩০০ টকা আৰু একাদশ-দ্বাদশ শ্ৰেণীত অধ্যয়নৰত অনুসূচীত জাতি/অনুসূচীত জনজাতি ছাত্ৰীলৈ প্ৰতি মাহে ৩৫০ টকাকৈ প্ৰদান কৰা হয়।

যোৱা ৪ বছৰৰ লিংগ ভিত্তিক বাজেটৰ অধীনত একাদশ-দ্বাদশ শ্ৰেণীৰ ছোৱালী বিদ্যাৰ্থীলৈ আগবঢ়োৱা জলপানিৰ প্ৰতিবেদন তলত দিয়া হল:

ৰাষ্ট্ৰীয় ভাৰতীয় সামৰিক মহাবিদ্যালয় জলপানি

 

ক্ৰমিক নং

 

বৰ্ষ

অনুমোদিত ধনৰাশি

হিতাধীকাৰীৰ সংখ্যা

 

২০১১-১২

১৭,০০,০০০ লাখ টকা

৭৩৪

২০১২-১৩

১৫,০০,০০০ লাখ টকা

৬০০

 

 

২০১৩-১৪

১৮,৯৭,৮০০ লাখ টকা

৫০৯

 

২০১৪-১৫

১৮,৯৬,৬০০ লাখ টকা

৪৯৮

Scholarship