এই আঁচনিৰ অধীনত নৱম আৰু দশম শ্ৰেণীত অধ্যয়নৰত (প্ৰি-মেট্ৰিক) আৰু একাদশ আৰু দ্বাদশ শ্ৰেণীত অধ্যয়নৰত দৰিদ্ৰ সীমা ৰেখাৰ তলৰযোগ্য ছাত্ৰ-ছাত্ৰীলৈ ক্ৰমে ৩০০ টকা আৰু ৩৫০ টকা জলপানি দিয়া হয়। ২০১৫-১৬ চনৰ পৰা জলপানিৰ পৰিমাণ বঢ়াই ক্ৰমে ৪০০ টকা আৰু ৫০০ টকা কৰা হয়।
যোৱা ৪ বছৰৰ দৰিদ্ৰ সীমা ৰেখাৰ তলৰ জলপানিৰ প্ৰতিবেদন তলত দিয়া হল:
| |||
ক্ৰমিক নং | বৰ্ষ | অনুমোদিত ধনৰাশি
| হিতাধীকাৰীৰ সংখ্যা |
১
| ২০১১-১২ | ১,১৯,৯৯,৪০০ কোটি টকা | ৫,৩৭০ |
২ | ২০১২-১৩ | ৫৮,৬২,০০০ লাখ টকা | ২,৯২৮
|
৩
| ২০১৩-১৪ | ৫৬,৩৮,৮০০ লাখ টকা | ২,৮২৫ |
৪
| ২০১৪-১৫ | ৪৯,৯৯,৮০০ লাখ টকা | ১,৩২৩ |
৫
| ২০১৫-১৬ | ৪৮,০০,০০০ লাখ টকা | ৯৪৮ |
এই আঁচনিৰ অধীনত কনিষ্ঠ মহাবিদ্যালয়ত অধ্যয়নৰত একাদশ আৰু দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীলৈ যি ৫৫ শতাংশৰ পৰা ৫৯ শতাংশ পাবলৈ সক্ষম হয়, তেওঁলোকলৈ ৩০০ টকা আৰু ৬০ শতাংশ পাবলৈ সক্ষম হোৱা সকলক ৩৫০ টকাকৈ জলপানি দিয়া হয় প্ৰতি মাহে।
যোৱা ৪ বছৰৰ কনিষ্ঠ মহাবিদ্যালয়ৰ জলপানিৰ প্ৰতিবেদন তলত দিয়া হল:
| |||
ক্ৰমিক নং
| বৰ্ষ | অনুমোদিত ধনৰাশি | হিতাধীকাৰীৰ সংখ্যা |
১
| ২০১১-১২ | ১৫,৬১,০০০ লাখ টকা | ১১৬ |
২ | ২০১২-১৩ | ৩,০৩,০০০ লাখ টকা | ৮৮
|
৩
| ২০১৩-১৪ | ৭,৫৩,৬০০ লাখ টকা | ২২৫ |
৪
| ২০১৪-১৫ | ৯,৯৮,৪০০ লাখ টকা | ২৫৬ |
৫
| ২০১৫-১৬ | ৯,২২,৮০০ লাখ টকা | ১৭২ |
এই আঁচনিৰ অধীনত, শাৰিৰীক ক্ষেত্ৰত বিশেষভাৱে সক্ষম, একাদশ-দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীলৈ প্ৰতি মাহে ৩০০ টকা আৰু একাদশ-দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীলৈ প্ৰতি মাহে ৩৫০ টকাকৈ আগবঢ়োৱা হয়।
যোৱা ৪ বছৰৰ শাৰিৰীক ক্ষেত্ৰত বিশেষভাৱে সক্ষম জলপানিৰ প্ৰতিবেদন তলত দিয়া হল:
| |||
ক্ৰমিক নং
| বৰ্ষ | অনুমোদিত ধনৰাশি | হিতাধীকাৰীৰ সংখ্যা |
১
| ২০১১-১২ | ৫,২১,০০০ লাখ টকা | ২০৬ |
২ | ২০১২-১৩ | ৩,০৩,৬০০ লাখ টকা | ১১৮
|
৩
| ২০১৩-১৪ | ৫,৮৮,০০০ লাখ টকা | ২২৩ |
৪
| ২০১৪-১৫ | ৯,৯৯,৬০০ লাখ টকা | ২৭১ |
৫
| ২০১৫-১৬ | ৯,৯৮,৪০০ লাখ টকা | ১৯৮ |
সৈনিক বিদ্যালয় গোৱালপাৰাত অধ্যয়নৰত, অসমৰ সকলো সামৰিক নিবেশলৈ, প্ৰতি বছৰে ৩০,০০০ টকাকৈ বৃত্তি/জলপানি প্ৰদান কৰা হয়।
যোৱা ৪ বছৰৰ, সৈনিক বিদ্যালয় গোৱালপাৰাত অধ্যয়নৰত নিবেশ ছাত্ৰৰ বৃত্তিৰ প্ৰতিবেদন তলত দিয়া হল:
| |||
ক্ৰমিক নং
| বৰ্ষ | অনুমোদিত ধনৰাশি | হিতাধীকাৰীৰ সংখ্যা |
১
| ২০১১-১২ | ১,০১,৪০,০০০ কোটি টকা | ৩০১ |
২ | ২০১২-১৩ | ১,০৪,১০,০০০ কোটি টকা | ৩৪৭
|
৩
| ২০১৩-১৪ | ১,০৭,৭০,০০০ কোটি টকা | ৩৫৯ |
৪
| ২০১৪-১৫ | ১,১২,৫০,০০০ কোটি টকা | ৩৫৭ |
৫
| ২০১৫-১৬ | ১,১৫,২০,০০০ কোটি টকা | ৩৮৪ |
অসমৰ প্ৰতিজন শিক্ষাৰ্থী যি ৰাষ্ট্ৰীয় ভাৰতীয় সামৰিক মহাবিদ্যালয়, ডেৰাডুনত অধ্যয়নৰত, প্ৰতি বছৰে ৩০,০০০ টকাকৈ বৃত্তিৰে পুৰস্কৃত কৰা হয়।
যোৱা ৪ বছৰৰ, ৰাষ্ট্ৰীয় ভাৰতীয় সামৰিক মহাবিদ্যালয়, ডেৰাডুনত অধ্যয়ন কৰি থকা, অসমৰ ছাত্ৰলৈ আগবঢ়োৱা জলপানিৰ প্ৰতিবেদন তলত দিয়া হল:
| |||
ক্ৰমিক নং
| বৰ্ষ | অনুমোদিত ধনৰাশি | হিতাধীকাৰীৰ সংখ্যা |
১
| ২০১১-১২ | ২,৫৫,০০০ লাখ টকা | ৮ |
২ | ২০১২-১৩ | ২,৪০,০০০ লাখ টকা | ৮
|
৩
| ২০১৩-১৪ | ১,৮০,০০০ লাখ টকা | ৬ |
৪
| ২০১৪-১৫ | ১,৬৫,০০০ লাখ টকা | ৫ |
৫
| ২০১৫-১৬ | ১,৩৫,০০০ লাখ টকা | ৪ |
এই আঁচনিৰ অধীনত একাদশ-দ্বাদশ শ্ৰেণীত অধ্যয়নৰত অনুসূচীত জাতি/অনুসূচীত জনজাতি ছোৱালী শিক্ষাৰ্থীলৈ প্ৰতি মাহে ৩০০ টকা আৰু একাদশ-দ্বাদশ শ্ৰেণীত অধ্যয়নৰত অনুসূচীত জাতি/অনুসূচীত জনজাতি ছাত্ৰীলৈ প্ৰতি মাহে ৩৫০ টকাকৈ প্ৰদান কৰা হয়।
যোৱা ৪ বছৰৰ লিংগ ভিত্তিক বাজেটৰ অধীনত একাদশ-দ্বাদশ শ্ৰেণীৰ ছোৱালী বিদ্যাৰ্থীলৈ আগবঢ়োৱা জলপানিৰ প্ৰতিবেদন তলত দিয়া হল:
| |||
ক্ৰমিক নং
| বৰ্ষ | অনুমোদিত ধনৰাশি | হিতাধীকাৰীৰ সংখ্যা |
১
| ২০১১-১২ | ১৭,০০,০০০ লাখ টকা | ৭৩৪ |
২ | ২০১২-১৩ | ১৫,০০,০০০ লাখ টকা | ৬০০
|
৩
| ২০১৩-১৪ | ১৮,৯৭,৮০০ লাখ টকা | ৫০৯ |
৪
| ২০১৪-১৫ | ১৮,৯৬,৬০০ লাখ টকা | ৪৯৮ |