মোৰ ভূমিকা :

অসম চৰকাৰ মাধ্যমিক শিক্ষা

সপ্তধাৰা আঁচনি

ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযানৰ অধীনত ‘সপ্তধাৰা':

বিশেষকৈ পাঠ্যক্ৰম বৰ্হিভুত কাৰ্যকলাপৰ শিক্ষা প্ৰদান আৰু প্ৰতিটো যুৱ শিশু/কিশোৰক, দক্ষতা ভিত্তিক উদ্ভাৱনী শিক্ষণ শিকাৰ কৌশলৰ ওপৰত, বিশ্বায়নৰ জ্ঞান অৰ্জিত কৰাৰ সুযোগ প্ৰদানৰ উদ্দেশ্যে ই এক বিশেষ আঁচনি।

কাৰ্যসূচী

সপ্তধাৰাৰ উত্কৰ্ষ সাধনৰ বাবে এই অভিযানৰ পৃষ্ঠপোষকতাৰ অধীনত সকলো বিদ্যালয়, বিদ্যালয়ৰ পৰা মহাবিদ্যালয় আৰু শেষৰ ফালে, সমগ্ৰ অসমৰ বিশ্ববিদ্যালয়সমূহে যুৱ সমাজৰ বহুমুখী উন্নয়নৰ বাবে শিক্ষা, কলা আৰু জ্ঞানৰ বিভিন্ন দিশত মনোনিবেশ বা বিশেষ মনোযোগ দিব লাগিব। মনোনিবেশ কৰা বিভিন্ন দিশসমূহ- ধাৰাৰ দল/থুপ/বৰ্ণালী/অবিচ্ছিন্নতা/ঐক্যতান বুলি জনা যায়।

সপ্তধাৰাৰ অধীনকাৰ্যকলাপ

চেকলিষ্ট:

  • জ্ঞান ধাৰা
  • উপস্থাপন ধাৰা
  • গৌৰৱ ধাৰা
  • সুকুমাৰ ধাৰা
  • ৰঙ্গ কলা, নৃত্য কলা
  • সমাজ সেৱা ধাৰা
  • উদ্ভাৱন ধাৰা

জ্ঞান ধাৰা

  • জ্ঞান আহৰণ
  • পাঠ্যপুথিৰ আধাৰিত শিক্ষণ
  • নিয়মিত শ্ৰেণীকোঠাৰ সম্পাদিত কৰ্ম
  • শিক্ষণ বা পাঠদানত নিয়মানুৱৰ্ত্তিতা পালন
  • পাঠ্যক্ৰমৰ সম্পূৰ্ণ পাঠদান

উপস্থাপন ধাৰা

  • শিক্ষক – সন্মান আৰু নিপুণতাৰ প্ৰতীক
  • অনুকৰণীয় ব্যক্তি হিচাপে – শিক্ষা প্ৰক্ৰিয়া আৰু শ্ৰেণীকোঠাৰ অন্তিম বা চৰম সফলতাৰ ক্ষেত্ৰত শিক্ষকৰ অভিব্যক্তিক এক গুৰুত্বপূৰ্ণ কাৰক হিচাপে স্বীকৃতি দিয়া হৈছে। তেওঁলোকৰ জীৱনধাৰাৰ প্ৰণালীৰে শিক্ষাৰ্থীসকল অনু্প্ৰাণিত হয়।

গৌৰৱ ধাৰা

  • নিজক লৈ গৌৰৱান্বিত
  • আত্মসন্মান – অভিযান আৰু আত্মবিশ্বাস আহে সবল আত্মসন্মানৰ পৰা, নিজক লৈ থকা ইতিবাচক বিশ্বাসৰ পৰা। বিচাৰি উলিয়াই তাত মনোযোগ দিয়া।

সুকুমাৰ ধাৰা

  • সংগীত
  • নৃত্য
  • ক্ৰীড়া আৰু খেল

ৰংগ কলা, নাট্য ধাৰা

  • যোগ
  • খেলা-ধূলা বিষয়ক/শৰীৰ চৰ্চা
  • অন্ত/আন্তঃক্ৰীড়া খেল

সমাজ সেৱা ধাৰা (সমুদায়/সমাজ সেৱা দল)

  • বৃক্ষৰোপণ
  • ৰক্তদান
  • সজাগতাৰ কাৰণে সমদল
  • এন এচ এচ কাৰ্যকলাপ

উদ্ভাৱন ধাৰা (প্ৰতিভা)

  • জন্মগত প্ৰতিভা

সপ্তধাৰা আঁচনি ৰাজ্যৰ ৩২৪খন উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু ৫১খন কনিষ্ঠ মহাবিদ্যালয়ত কাৰ্যকৰী কৰা হৈছে। বিদ্যালয়ৰ তালিকা দিয়া হৈছে।