মোৰ ভূমিকা :

অসম চৰকাৰ মাধ্যমিক শিক্ষা

আৰোহণ

দুৰ্গম, গাঁও অঞ্চল আৰু দুখীয়া পৰিয়ালৰ প্ৰতিভাবান ছাত্ৰ-ছাত্ৰীৰ পৰ্যবেক্ষণৰ বাবে ‘আৰোহণ':

চৰকাৰে মাধ্যমিক শিক্ষাখণ্ডৰ মানদণ্ডৰ উন্নয়নৰ বাবে, উচ্চাকাংঙ্খী কাৰ্যসূচীৰ এক ধাৰা প্ৰৱৰ্তিত কৰিছে। আৰোহণ হৈছে তেনে এক পদক্ষেপ যাৰ দ্বাৰা দুৰ্গম, গাঁও অঞ্চল আৰু দুখীয়া পৰিয়ালৰ প্ৰতিভাবান ছাত্ৰ-ছাত্ৰীৰ অনুসন্ধান কৰি, তেওঁলোকৰ শিক্ষাগত বৃত্তিৰ পৰ্যবেক্ষণ কৰা হয়। ‘আৰোহণ'ৰ ওপৰত এটা ৱেব পোৰ্টেল ইতিমধ্যেই আৰম্ভ কৰা হৈছে।

Arohan