মোৰ ভূমিকা :

অসম চৰকাৰ মাধ্যমিক শিক্ষা

অৰ্জিত চুটি, লঘূবিনিময় চুটি, অসাধাৰণ চুটি, বিশেষ চুটি, শিশু যতন চুটিৰ বাবে আবেদন

ওপৰত উল্লেখিত নথিসমূহৰ অৰ্জিত চুটি, লঘূবিনিময় চুটি, অসাধাৰণ চুটি আৰু বিশেষ চুটি মঞ্জুৰীৰ বাবে প্ৰয়োজন।

পৰীক্ষণ তালিকা:

  • অনুষ্ঠান/প্ৰতিষ্ঠানৰ মুৰব্বীৰ পৰা প্ৰেৰণ পত্ৰ
  • পদাধিকাৰীৰ আবেদন পত্ৰ
  • অৰ্জিত চুটিৰ বাবে প্ৰতিষ্ঠানৰ মুৰব্বীৰ দ্বাৰা সুপাৰিক্ষ বা অনুমোদনপ্ৰাপ্ত আবেদন।
  • মূল চুটী কোষৰ বিবৃতি
  • অসাধাৰণ আৰু বিশেষ চুটীৰ বাবে হাস্পতাল কৰ্তৃপক্ষৰ স্বীকৃতিপ্ৰাপ্ত স্বাস্য সম্পৰ্কীয় চুটী মঞ্জুৰীৰ প্ৰয়োজন।
Downloads
TitleSizeDetail
PDF icon চুটিৰ বাবে আবেদন438.91 KBswf-image