মোৰ ভূমিকা :

অসম চৰকাৰ মাধ্যমিক শিক্ষা

ছোৱালী বিদ্যালয়সমূহ সহ-শৈক্ষিক বিদ্যালয়লৈ পৰিৱৰ্তন কৰা

লিংগ সংবেদনশীলতা কমোৱাৰ উদ্দেশ্যে সহ-শৈক্ষিক বিদ্যালয়লৈ বিদ্যালয়খন পৰিৱৰ্তন কৰাৰ প্ৰস্তাৱ কোনো ছোৱালী বিদ্যালয়ৰ কৰ্তৃপক্ষৰ পৰা পালে তাত সন্মতি প্ৰদানৰ সিদ্ধান্ত চৰকাৰে গ্ৰহণ কৰিছে। ১২৪খন ছোৱালী বিদ্যালয়ক সহ-শৈক্ষিক বিদ্যালয়লৈ পৰিৱৰ্তন কৰাৰ প্ৰস্তাৱত চৰকাৰে ইতিমধ্যে অনুমোদন জনাইছে।