মোৰ ভূমিকা :

অসম চৰকাৰ মাধ্যমিক শিক্ষা

চৌপাশৰ বেৰা নিৰ্মাণ

উচ্চ বিদ্যালয় শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষা কেন্দ্ৰৰ চৌপাশৰ বেৰা নিৰ্মাণঃ

২০১৭-১৮ৰ বাজেটত মাননীয় বিত্ত মন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰা ই এক নতুন আঁচনি।

অসম চৰকাৰে মাধ্যমিক শিক্ষা বিভাগৰ সহযোগত উচ্চ বিদ্যালয় শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষা কেন্দ্ৰসমূহত বাউণ্ডেৰী ৱাল নিৰ্মাণৰ এক নতুন আঁচনি সন্মানীয় বিধান সভাৰ সদস্যৰ সংযুক্ত যুটীয়া পুঁজিৰ সহায়ত নিৰ্মাণৰ সিদ্ধান্ত লয়।