মোৰ ভূমিকা :

অসম চৰকাৰ মাধ্যমিক শিক্ষা

মানৱ সম্পদ প্ৰৱন্ধন তথ্য ব্যৱস্থা

মানৱ সম্পদ প্ৰৱন্ধন তথ্য ব্যৱস্হা শিক্ষকৰ সেৱা নথি লেখ্যৰ এক বৈদ্যুতিক প্ৰণালী বা পদ্ধতি। এই পদ্ধতি বা ব্যৱস্থাৰ সহায়ত শিক্ষকৰ লগতে বিদ্যালয় কৰ্তৃপক্ষই আহবন আৰু বিতৰণ বিষয়াৰ দ্বাৰা যিকোনো সময়তে যিকোনো ঠাইতে তেওঁলোকৰ লাগতিয়াল তথ্য আহৰণ কৰিব পাৰে। মানৱ সম্পদ প্ৰৱন্ধন তথ্য ব্যৱস্হাই শিক্ষকৰ তথ্য সুব্যৱস্থিত কৰি ৰখাত সহায় কৰে আৰু এই ব্যৱস্হাই সৰল আৰু প্ৰভাৱী প্ৰশাসনত উত্সাহ যোগায়।