মোৰ ভূমিকা :

অসম চৰকাৰ মাধ্যমিক শিক্ষা

টেলি শিক্ষাৰ আৰম্ভ

Error message

The specified file temporary://file8FErRE could not be copied, because the destination directory is not properly configured. This may be caused by a problem with file or directory permissions. More information is available in the system log.

মাননীয় বিত্তমন্ত্ৰী ডাঙৰীয়াই ২০১৭-১৮ৰ বাজেটত ঘোষণা কৰা এইটো এটা নতুন আঁচনি।

শিক্ষাৰ মানদণ্ড কিছুমান শৈক্ষিকভাৱে পিছপৰা অঞ্চলত মনকৰিবলগীয়া। ইয়াৰ মুখ্য কাৰণটো হল দক্ষ শিক্ষকৰ অভাৱ। সেইবাবেই এই বছৰ মাধ্যমিক শিক্ষা বিভাগে ভাৰ্চুৱেল শ্ৰেণীকোঠাৰ দ্বাৰা টেলি-শিক্ষাৰ প্ৰস্তাৱ আগবঢ়ায়। এই আঁচনিৰ প্ৰধান উদ্দেশ্য হৈছে বিষয়বস্তু ভিত্তিক শিক্ষণৰ অন্তৰ্ভুক্তি। শিক্ষাদান আৰু শিক্ষা গ্ৰহম প্ৰক্ৰিয়াত এই নতুন পদ্ধতিৰ আৰম্ভণিয়ে শিক্ষক আৰু ছাত্ৰ উভয়কে লাভান্বিত কৰিছে।