মোৰ ভূমিকা :

অসম চৰকাৰ মাধ্যমিক শিক্ষা

বিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়ন

১০০ বছৰ উৰ্দ্ধত্তৰ বিদ্যালয়ৰ আন্তঃগাঁঠনি উন্নয়নঃ

মাননীয় বিত্ত মন্ত্ৰীয়ে ২০১৭-১৮ৰ বাজেটত ঘোষণা কৰা এইটো এটা নতুন আঁচনি।

এই বছৰ চৰকাৰে ১০০ বছৰ পুৰণি প্ৰতিখন মাধ্যমিক বিদ্যালয়লৈ ৫০ লাখ টকাকৈ বিত্তীয় সাহায্য আন্তঃগাঁঠনি উন্নয়নৰ বাবে প্ৰদান কৰাৰ প্ৰস্তাৱ আগবঢ়ায়।