মোৰ ভূমিকা :

অসম চৰকাৰ মাধ্যমিক শিক্ষা

বিশেষভাৱে প্ৰয়োজনীয় শিশুলৈ সহায়কাৰী উপাদান বিতৰণ

Error message

The specified file temporary://fileQa00Nl could not be copied, because the destination directory is not properly configured. This may be caused by a problem with file or directory permissions. More information is available in the system log.

মাধ্যমিক পৰ্যায়ত প্ৰতিবন্ধীৰ বাবে সমন্বিত শিক্ষা নামৰ আঁচনিৰ অধীনত প্ৰতিষ্ঠিত মাধ্যমিক বিদ্যালয়ত, ৯০টা সম্পদযুক্ত কোঠা স্থাপন কৰা হয়। বিভিন্ন সহায়কাৰী যন্ত্ৰ বা আহিলা, বিশেষ সুবিধা ইত্যাদি ২০১৫-১৬ বৰ্ষত ৪৬৪০জন বিশেষভাৱে প্ৰয়োজনীয় শিশুলৈ প্ৰদান কৰা হৈছে। পূনৰ্বাসন পৰিষদ, ভাৰতৰ অধীনত প্ৰতিষ্ঠিত বিদ্যালয়ৰ মুঠ ৩১০জন শিক্ষকক ৩ মাহ জোৰা বুনিয়াদী পাঠ্যক্ৰমৰ প্ৰশিক্ষণ দিয়া হয়।