মোৰ ভূমিকা :

অসম চৰকাৰ মাধ্যমিক শিক্ষা

বৃত্তিমূলক শিক্ষা

৫৭খন উচ্চ মাধ্যমিক বিদ্যালয়ত ০১-০১-২০১৫ৰ পৰা আই.টি./আই.ই.টি. আৰু খুচুৰা বাণিজ্যৰ বৃ্ত্তিমূলক পাঠ্যক্ৰম আৰম্ভ কৰিছে আৰু ১০৪গৰাকী শিক্ষকক এই বিদ্যালয়সমূহত নিযুক্তি দিছে। পাছলৈ ২০১৭ শৈক্ষিক বৰ্ষত ৯৫খন উচ্চ মাধ্যমিক বিদ্যালয়ত আই.টি./আই, খুচুৰা বাণিজ্য, স্বাস্থ্য সেৱা আৰু নিৰাপত্তাৰ বিষয় আৰু বৃত্তিমূলক শিক্ষক নিযুক্তিৰ লক্ষ্য ধাৰ্য কৰা হৈছে।